পৃষ্ঠা:ধৰম গিত.djvu/২৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩২


মাতিবই নোআৰিলে, তাৰ পাচে সি ক্ৰন্দন কৰি বুলিলে, তুমি গলে মই কি কৰিম? অকল মোৰ বেহেৰাই সৈতেহে কথা বাত্ৰা কবলৈ হব, কিয়নো মোৰ আয়ে মোক ভাল নে পাই, আৰু চাকৰবিলাকৰ লগত সদাই থাকিম, ইস্বৰৰ বিসয়ৰ কথা আৰু কোনেও কঁওতা ন হব। হাই, হাই, মোৰ ভই লাগে, জানো পাচে মই পুনৰ বেয়া লৰা হম।

 মেমে কলে, হে মোৰ প্ৰিয় লৰা, ইস্বৰে সক্তি দিব, একো ভই ন কৰিবা। কিয়নো জেতিয়া আমাৰ প্ৰভুএ আপোনাৰ সিস্যবিলা- কৰ পৰা বিদাই লৈচিল, তেতিয়া তেঁও এই দৰে কলে বোলে, “ মই তোমোলাকক অনাথ- কৈ এৰি নে জাঁ‌ও, মই তোমালোকৰ ওচৰলৈ আহিম”। য়োহানে লিখা ১৪ আধ্যাৰ ১৮ পদ। হে মোৰ লৰা, জেতিয়া প্ৰভু এ তোমাৰ কাৰনে আপোনাকে প্ৰকাস কৰিলে, আৰু তোমাক আপোনাৰ তোলনিয়া পুত্ৰ কৰি ললে, ইয়াৰ পাচত তোমাক অনাথকৈ এৰিব