পৃষ্ঠা:ধৰম গিত.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
খ্ৰিষ্টৰ স্তুতি।

১৭

Praise to Christ.
Rock of Ages, Axton. 7

প্ৰভু য়িচু খ্ৰিষ্টৰ নাম
অতিসই অমুল্য ধন,
তাকে চিন্তি অনুখন
ত্ৰান পাবা, মোৰ পাপি মন।

আমাৰ প্ৰভুৰ গুন অসিম,
মই তাক কবৰ সক্তি হিন;
প্ৰভু তুমি প্ৰেম সাগৰ,
তোমাৰ মৰন মোৰ উধাৰ।

স্বৰ্গত থকা প্ৰতি জন
গাই আপোনাৰ অসিম গুন,
স্তুতি কৰে য়িচুৰ নাম,
ময়ো গাঁও সেই পৰম গান।

প্ৰভু মোক দিয়া সুমন,
য়িচু এই মোৰ নিবেদন,
পাচে জেতিয়া মৰি জাম,
তোমাৰ চৰনত ঠাই পাম।   প. স.