পৃষ্ঠা:ধৰম গিত.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ইস্বৰৰ পালন

১৩

“Upward I lift mine eyes." Ps. cxxi.
Anam, Jura. H. M.

 মোৰ চকু তুলি চাঁও,
 স্বৰ্গত মোৰ উপকাৰ,
 স্ৰিষ্টি কৰা, জি জন
 তেঁও জগত অধিকাৰ,
মোৰ আস্ৰই অকল সেই ইস্বৰ,
তেঁওৰ দায়া সদাই মোৰ ওচৰ।

 ইস্বৰ মোৰ ৰখিয়া হৈ
 জি কাল মোৰ পথ দেখাই,
 ভৰি নে জাই পিচল,
 ফান্দৰো সঙ্কা নাই;
অনিদ্ৰিত থাকি তেঁওৰ নয়ন,
ইস্ৰাএলক চাই কৰে পালন।

ন কৰোঁ ৰাতি দিন
সুৰ্জৰ বা চন্দ্ৰৰ ভই,
জত পৰে ৰদৰ তাপ
ইস্বৰ মোৰ চাঁয়া হই,