পৃষ্ঠা:ধৰম গিত.djvu/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
ভক্তিলৈ ইচা।

অকস্মিত আহি ঘোৰ মৰন
কৰালে নৰ্কত মমৰ গমন,
মই জানোঁ পাপৰ প্ৰতিফল,
কেৱল মোৰ উচিত দণ্ড হল।

তেও কঁপি থকা পাপি মই
তোমাৰ প্ৰতিগ্যাত লঁও আস্ৰই,
অহ, খেমা, খেমা, হে ইস্বৰ,
নিৰাসাত পৰি খেদিত নৰ। W. W.

১৯৮

" O could I find from day to day."
Melody. C. M.

মোৰ প্ৰভুৰ ওচৰ দিনে দিন
 পাই ভক্তি ৰুপ আলই,
মন হব দুখৰ কেনে হিন,
 সিতল, আনন্দমই।

মধুৰ হেন পাই তেঁওৰ বাক্যৰ সাৰ,
 তাক চিন্তি কাল নিয়াই,
পৰিখা তাতে হই সংহাৰ,
 মোৰ আস্ৰই, মোৰ উপাই।