পৃষ্ঠা:ধৰম গিত.djvu/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
প্ৰভুৰ ৰাজ সাসন।

হাঁহিব স্বৰ্গৰ প্ৰভু জন,
সিহঁতৰ দেখি আচৰন;
বিয়াকুল কৰে অতিসই,
সিহঁতক ক্ৰোধে কথা কই।
 ন: ল. ফ.

১৯৫
Christ's Triumph. Ps. II.
Old Hundred. L. M.

এই ৰুপে কই পৰম ইস্বৰ,
সুনা হে সকল জগত নৰ;
মই সপত কৰি আপোন নাম
পাতোঁ ৰজা পবিত্ৰ ধাম।

অনাদি কালৰ পুত্ৰ হই,
অজিএই তেঁওক জন্মালোঁ মই;
তেঁওৰ নাম কুসলৰ মহিপাল,
সিংহাসন ৰব চিৰকাল।

তেঁওৰ ৰাজ সাসনৰ কাল অনন্ত
বৰ্হাব ৰাজো স্ৰিষ্টিৰ অন্ত;
লোৰ ডণ্ডেৰে জগত সাসন
কৰিব দুষ্টক তেঁও দমন।