পৃষ্ঠা:ধৰম গিত.djvu/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
প্ৰভুৰ ৰাজ্য।

এহি হেতু বিনই বাক্যে দিয়া সবে মন,
ভজি য়িচু খ্ৰিষ্ট কৰা পাপৰো মোচন।
 ন. ল. ফ.

১৮৯

The Kingdom of Messiah.
Santikhon. 8, 3.

আচিলে ভবিস্যত বচন, সুনা জি প্ৰকাৰ;
জনমিব কন্যাৰ গৰ্ভে খিয়াতিমন্ত কুমাৰ।

দেখা, য়িচইৰ মুলৰ পৰা সিহঁৰি ওলাই,
তাহাৰ ফুলৰ সুঘ্ৰান উঠি স্বৰ্গপুৰি পাই;
তাৰ পাতত পবিত্ৰ আত্মা কৰিব গতি,
পবিত্ৰ কুপৌএ আহি লব বসতি।

ওহে স্বৰ্গ, অম্ৰিত নিয়ৰ ভূমিত বৰখাওক,
কৰুনামই ব্ৰিষ্টি বাকি সান্ত ৰুপে দিওক,
তাতে ব্ৰিখ্য বাৰ্হি দিব দুৰ্বলিক উপাই,
ধুমুহাতে ৰখ্যা পাব ৰদতো আস্ৰই।

গুচি জাব পাপ সকলো পলাই কপট মুল,
নিয়ায়ে আহি ধৰিব, আপোন হাতে তুল;
মেলিব কুসলে ঠালক ভুমি কৰি অন্ত,
পুন্যে সুক্লা বস্ত্ৰ পিন্ধি স্বৰ্গৰ নামিবন্ত।

ক ৪