পৃষ্ঠা:ধৰম গিত.djvu/২০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
ইস্বৰৰ সজ পালন।

পাপ আৰু ক্লেসত পতিত হৈ
 নৰ্কৰ এন্ধাৰত ৰঁও,
প্ৰভুৰ দায়াৰে ওলাই গৈ,
 স্বৰগৰ দিপ্তি পাঁও।

পৰিত্ৰান! এই স্বৰ উৰি জাওক
 স্ৰিষ্টি খনৰো অন্ত,
আকাসিয় সকল সৈন্য আহোক,
 জইধনি বৰ্হাই লন্ত।  ল. ধ. হ.

১৮৫

“The Lord is my Shepherd.”
Seir. S. M.

ইস্বৰ মোৰ ৰখিয়া হই,
 ন হব মোৰ অভাও;
তোলনিয় লৈচে মোক তনই,
 মোৰ দায়াল ইস্বৰ তেঁও।

মেৰ ৰখিয়াৰ সজ প্ৰকাৰ,
 ত্ৰিন জুক্ত খেত্ৰ চাই,
সয়ন কৰাই স্থিৰ জলৰ পাৰ,
 প্ৰেম আহৰি মোক চৰাই।