পৃষ্ঠা:ধৰম গিত.djvu/২০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
ইস্বৰৰ স্তুতি।

১৭৩

“From all that dwell below the skies."
Uxbridge. L. M.

আকাশৰ তলত জেতেক জন,
স্ৰজোঁতাক কৰা আৰাধন;
ত্ৰান কৰ্তা য়িচুৰ নাম মহান
সকলো দেসত কৰোক গান।

অনন্ত তোমাৰ দায়া হই,
হে পৰম ইস্বৰ ক্ৰিপামই;
তোমাৰ প্ৰসংসা হওক অসেস,
কাল অৱসানে দেস বিদেস।   ন. ব.

১৭৪

Universal Praise to God.
Cottage. 7.

জগত মধ্যে জেতেক লোক,
সৰু নাইবা ডাঙ্গৰ হওক,
আঁহা, সবে কৰোঁ গান,
য়িচু খ্ৰিষ্টত পৰিত্ৰান।

ধন্য কৰিম য়িচু নাম,
স্বৰ্গ মৰ্ত্য সৰ্বধাম,
নিতৌ হই জেন প্ৰভুৰ স্তও,
য়িচু জই জই, কৰা ৰাও।   ক. স.