পৃষ্ঠা:ধৰম গিত.djvu/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
সন্ধিয়াৰ গিত।

১৬৭

“Glory to thee, my God, this night.”
Evening Hymn. L. M.

এই দিনৰ জানি উপকাৰ
মই গাইচোঁ, প্ৰভু, গুন তোমাৰ,
নিসাতো ৰাখা ভগৱান,
ডেউকাৰে চাঁয়া কৰি প্ৰান।

মই আজি কৰা দুসিত কাম,
তাক খেমা কৰা য়িচুৰ নাম;
তাৰে মোৰ হব মন সুথিল,
ইস্বৰ বা নৰৰ নাই অমিল।

জি ৰুপে নিদ্ৰা হঁও নিৰ্ভই,
সেই ৰুপ জেন হম মৰন সমই,
নিৰ্দোসে কাল নিয়াবৰ গিয়ান
দি সেসত কৰা পৰিত্ৰান।

প্ৰভুএ মোৰ সুনিদ্ৰাৰ কাল
পিৰঠি জপাই কৰোক পাল,
নাহোক মনত সপোন বিসম,
চইতানৰ দুৰ হওক পৰাক্ৰম।