পৃষ্ঠা:ধৰম গিত.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
সন্ধিয়াৰ গিত।

জনমাবা প্ৰভু প্ৰেম
 আমাৰ ৰিদয়ত,
তেহে সুচি হব মন
 তোমাৰ আনন্দত।

8

আমাৰ প্ৰান জি দিনলৈ
 থাকে সংসাৰত,
কৰিম আমি প্ৰাৰ্থনা
 তোমাৰ চৰনত।

জেতিয়া হবগৈ আমাৰ
 মৰনৰ ওচৰ,
কৰি দিয়া নিসংসই
 প্ৰভু মন আমাৰ।

জতে আপোন সাধু লোক
 থাকিব সদাই,
তালৈ প্ৰভু আত্মা নি
 আমাক দিয়া ঠাই।  ন. ল.