পৃষ্ঠা:ধৰম গিত.djvu/১৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
বিস্ৰাম বাৰ।

তাতে জি জি লোকে কৰে
 মোকে জানি বিশ্বাস,
তাকে কমি অন্তৰ কালত
 অতি প্ৰেমে আস্বাস।

কিন্তু জিবিলাকে জানি
 বিস্বাস ন কৰিব,
অনন্ত নৰকে পৰি,
 জাতনা ভুঞ্জিব।  ন, ল

১৫৭

Prayer for Sabbath Blessings.
Nuremburg. 7.

আজি প্ৰভুৰ দিন বিস্ৰাম,
 ধুপ জেন উঠোক স্তও সুগন্ধ,
ধন্য হওক তেঁওৰ প্ৰিয় নাম,
 আমাৰ চিত হওক সৰ্বানন্দ।

প্ৰভু কৰোক আসিবাদ
 আজিৰ সকল সুবচন;
খেমা কৰি অপৰাধ
 সান্তি কৰোক আমাৰ মন।   ন. ব.