পৃষ্ঠা:ধৰম গিত.djvu/১৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
বিস্ৰাম বাৰ।

১৫৫

Privileges of the Lord's day.
Rock of Ages. 7.

বিস্ৰাম বাৰ পবিত্ৰ দিন
 মান্য কৰোক সব জন,
সংসাৰ ভাবন কৰম হিন
 কৰা ইস্বৰ আৰাধন।

অজি সকল ধাৰ্মিক লোক
 এঠাইত আহি স্তুতি গাই,
তাতে খণ্ডে সৰ্ব সোক,
 মনৰ অতি সান্তি পাই।

ইস্বৰৰ এই বিস্ৰাম দান
 সকল লোকক দিয়া হই,
ৰজা প্ৰজা এক সমান,
 কাৰো একো ভিন ন হই।

প্ৰভু য়িচুৰ গুন কিৰ্তন
 সকল ঠাইতে কৰোক গান,
জি জি দেসে নৰ উত্‌পন,
 থাকে মানে সৰিল প্ৰান।
 জ. চ. বং