পৃষ্ঠা:ধৰম গিত.djvu/১৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
বিস্ৰাম বাৰ।

১৫৩

"Another six day's work is done."
Green's Hundredth. L. M.

চ দিনৰ কৰম গৈচে সেস,
আহিচে বিস্ৰাম দিন বিসেস,
ইস্বৰৰ দিনত, হে মোৰ মন,
সান্ত পাই কৰা তেঁওৰ গুন কিৰ্তন।

সুগন্ধি ধুপ উঠা জি ভাও,
সেই ৰুপে উঠোক আমাৰ স্তও,
তাক সুনি ইস্বৰ দয়াবান
সন্তোস হৈ দিব ক্ৰিপা দান।

কৰিলে প্ৰভু জি প্ৰাচিত,
তাক ভাবি থাকিম আনন্দিত,
সুঁঅৰি দায়া কৰিম গান,
আসাৰে চিন্তি পৰিত্ৰান।

ভকতিয়া লোক পবিত্ৰ কাল
সন্তুষ্ট মনে কৰে পাল;
এই ৰুপে বিস্ৰাম দিন নিয়াই,
অনন্ত বিস্ৰাম সেসত পাই।  ন. ব.