পৃষ্ঠা:ধৰম গিত.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
দেও পুজাৰ নাস।

নিৰাকাৰ ইস্বৰ সৰ্বোপৰ
অনন্ত অনাদিও অমৰ;
তেঁও ইস্ৰাএল লোকৰ হই আস্ৰই,
সকলো সত্ৰু কৰে জই।  ন. ল,

১৪৭

Downfall of Idolatry.
Dayspring. 6, 6, 11.

 দেখা পুব ফাল আকাস,
 ধৰম উদই প্ৰকাস,
দেও পুজকৰ অন্ধকাৰ ভ্ৰম কৰে নাস।

 দিপে দিপ জুৰি জাই,
 পুতলাদি লুকাই,
সমুদ্ৰৰ মাজুলিত জইধনি তোলাই।

 প্ৰভুৰ এনে গমন,
 তৰোআল কৰঙ্গন,
তেঁও কৰিব জয়ি সবাকো দমন।

 ভাৰত বৰ্স হিন্দু ধাম,
 প্ৰিয় ত্ৰান কৰ্তাৰ নাম
আস্ৰই কৰি আৰু নু বুলিব ৰাম।
 ন. ব.