পৃষ্ঠা:ধৰম গিত.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
স্বৰগ সুখৰ থান।

জলি থকা অগ্নিৰ সিখ্যা
 আচে প্ৰেমৰ সৰ্বদাই,
কোটি কোটি কল্প গলেও
 সেই প্ৰেম অগ্নি নু নুমাই।
মৰ্ত্য লোকৰ মনত কাৰো
 ন জনমে এনে সুথ,
জগতৰ সকলো কালত।
 কেৱল মাথোন হৈচে দুখ।   ন. ল.

১৪০

Happiness of Heaven.
Rosefield. 7.

অতি ৰহস্য প্ৰভুৰ থান
সাধু লোক বৰ ভাগ্যৱান;
নিস্পাপি লোক হইগৈ দুত,
সদাই পাই অনন্ত মুকুট।

নাই সংসাৰিক ভোজন পান,
অম্ৰিত ভুঞ্জি ত্ৰিপ্তি মান,
ধন্য কৰি প্ৰভুৰ হিত
পবিত্ৰ পবিত্ৰ গিত।  ব. দ.