পৃষ্ঠা:ধৰম গিত.djvu/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
সিস্যৰ মৰন।

১২২

“Why do we mourn departing Friends?”
China. C. M.

ভাই বন্ধু গলে পৰলোক
 আমাৰ কিয় কম্পন?
প্ৰভুৰ মাত সুনি সেই লোকৰ
 ওপৰে হল গমন।

কিয় কান্দোঁ পবিত্ৰৰ সও
 বৈ জাঁওতে কবৰ থান?
তাত সয়ন থাকি য়িচুৰ দেহ
 ঠাই কৰিলে সুঘ্ৰান।

এই ৰুপে দিলে অসিৰ্বাদ
 সিস্যৰ মৈদাম সকল,
জি সজ্যাত পৰে ধাৰ্মিক লোক,
 তেঁও কৰিলে তাক কোমল।

মৰনৰ উঠি আমাৰ পথ
 তেঁও কৰিলে প্ৰকাস,
আমাৰো সৰিল মহা দিন
 উঠিব অবিনাস।  ন. ব.