পৃষ্ঠা:ধৰম গিত.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
সিস্যৰ মৰন আৰু উঠান।

১২১

"And must this body die?"
Good Shepherd. 8, 7.

আমাৰ এই সংসাৰিক সৰিল
 ম্ৰিত্যুৰ পাত্ৰ হব নে?
দেহৰ জিৱজুক্ত অঙ্গবোৰ
 মাটিত লিন হৈ জাব নে?
মৈদামৰ এন্ধাৰৰ মাজত
 আমাক সুমাই ঢাকিব;
সৰিল তাতে পোকে খাব,
 গেলি পচি থাকিব।

কিন্তু ম্ৰিত্যুৰ হুল গুচিলে,
 খ্ৰিষ্টৰ ভ্ৰিত্যৰ নাই সংসই;
প্ৰভু য়িচু জতে সুলে,
 তালৈ আমিও জাম নিৰ্ভই।
তলত চাই ওপৰ প্ৰভুএ
 মৰা সিস্যক দেখিচে;
উঠাৰ দিনলৈকে সকল
 প্ৰিয় ভস্ম ৰাখিচে।