পৃষ্ঠা:ধৰম গিত.djvu/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
অয়িস বেগে জোআ।

১১৯

Shortness of Life.
Latrobe, Norwich. 7.

দেখা, কি নো মানুহ কাই,
বায়ু বেগে ঢুকাই জাই,
দেখে জেনে সুন্দৰ ফুল,
থাকে মানে জিৱৰ মুল।

পাচে ৰদত পৰি জঁই
ফুলৰ পাতো সুকাই ৰই;
তেনে ৰুপে ম্ৰিত্যু বান
আহে, নিবৰ হেতু প্ৰান।

হাই বিনাসি মাটিৰ বাস,
তোমাত কিচু নাহি বাস;
খেনেক পেলাই ম্ৰিত্যুৰ জাল
তোমাক নিব পৰকাল।

8

জতন কৰা, হে মোৰ মন,
কিয় হৈচা অচেতন?
পৰলোকত কাল অসেস,
সুখ ভুঞ্জিবা, নতু ক্লেস।  ন. ল.