পৃষ্ঠা:ধৰম গিত.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
ধনৱন্ত কঙ্গালৰ দ্ৰিষ্টান্ত।

১১৭

The Rich Man and Lazarus.
Prague. 8, 8, 7.

এজন ধনৱন্ত আচিলে,
সুন্দৰ কাপৰ ভাল পিন্ধিলে,
 সুখে কৰি ভোজন পান;
তাৰ দুআৰত এক কঙ্গালে
সৰা পোচা মাগি খালে,
 থাকিল এনে অপমান।

গোটেই সৰিল ঘাই জুৰিলে,
কুকুৰ আহি চেলেকিলে,
 অনেক দিন নে পাই আৰাম;
পাচে প্ৰানক চাৰি দিলে,
স্বৰ্গৰ দুতে তুলি নিলে,
 কোলাত ললে আব্ৰাহাম।

ক্ৰমে ধনৱন্তো মৰি,
জলি থকা অগ্নিত পৰি,
 চকু মেলি ওপৰ চাই,
দেখি কঙ্গাল সুখে গতি,

জ ৪