পৃষ্ঠা:ধৰম গিত.djvu/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
লুভিয়া ধনৱন্তৰ দ্ৰিষ্টান্ত।

 বহু কালৰ বস্তু থম;
পাচে হে মন, হৰ্সিত হোআ,
খাই বৈ থাকি বিস্ৰাম পোআ,
 এনে কথা মনত কম।

তেতিয়া হলহি স্বৰ্গবানি,
হেৰৈ মহা অগিয়ানি,
 মৰন পালেহি তোমাৰ,
আজি ৰাতি প্ৰানেই জাব,
পৰলোকে তোমাক পাব,
 বস্তু সকল হব কাৰ?

8

ধনৰ লোভত জাৰ হই মতি,
এনে হব মন্দ গতি;
 সুনা প্ৰভুৰ এই বচন,
জতে আয়ুস ওৰ ন পৰে,
চোৰ পোক আদি খই ন কৰে,
 ততে সাঁচি থবা ধন।   ন. ব.