এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
লুভিয়া ধনৱন্তৰ দ্ৰিষ্টান্ত।
বহু কালৰ বস্তু থম;
পাচে হে মন, হৰ্সিত হোআ,
খাই বৈ থাকি বিস্ৰাম পোআ,
এনে কথা মনত কম।
৩
তেতিয়া হলহি স্বৰ্গবানি,
হেৰৈ মহা অগিয়ানি,
মৰন পালেহি তোমাৰ,
আজি ৰাতি প্ৰানেই জাব,
পৰলোকে তোমাক পাব,
বস্তু সকল হব কাৰ?
8
ধনৰ লোভত জাৰ হই মতি,
এনে হব মন্দ গতি;
সুনা প্ৰভুৰ এই বচন,
জতে আয়ুস ওৰ ন পৰে,
চোৰ পোক আদি খই ন কৰে,
ততে সাঁচি থবা ধন। ন. ব.