পৃষ্ঠা:ধৰম গিত.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
নৰকত পৰাৰ ভই।

১১৪

Sinners exposed to Hell.
Cambridge. C. M.

হাই পাপি, নৰক কেনে ঠাই,
 সকলো মন দি সুন;
অনেক সাস্তি, অনন্ত জুই,
 নৰকৰ ইমান গুন।

অনেক পাপত হই ভুতৰ বল,
 সুনাহে পাপি জন;
য়িচুত আস্ৰই কৰা আহি,
 নি দিবা পাপত মন।

অতি দোৰ্ঘোৰ নৰকলৈ
 ন কৰা জাবৰ মন;
অনন্ত সুখ দিঁওতা প্ৰভু
 য়িচুহে আমাৰ ধন।

সেই জনক কৰি ভাৰসা
 বিশ্বাস তেঁওত কৰা সাৰ;
তেঁওৰ নামে পাবা পৰিত্ৰান,
 পাৰ কৰিব সংসাৰ।  ব. দ.

জ ২