পৃষ্ঠা:ধৰম গিত.djvu/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
পাপিক উদগোআ।

১১৩

Danger of continuing in Sin.
German Hymn. 7.

দিনে দিনে বাৰ্হে পাপ,
দেখাহে সংসাৰিক তাপ,
তাক নু বুজি ভুতৰ পাস
পাপি গৈচে সৰ্বনাস।

অতি অচেতনে ভাই,
হেলাতে দিন গৈ ঢুকাই;
এদিন পৰি ম্ৰিত্যুৰ বান,
কালে ধৰি নিব প্ৰান।

তিলেকে সংসাৰিক সুখ
গুচি পাব মহা দুখ,
ভুতৰ সঙ্গে সদা ৰৈ,
নানা সাস্তি পাব গৈ।

দোৰ্ঘোৰ অন্ধকাৰে জাক,
নৰ্কে বেৰি আচে তাক,
অতি প্ৰতাপ অগ্নিৰ জাল,
পাপি থাকে সৰ্বকাল।  ব. দ.