পৃষ্ঠা:ধৰম গিত.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
পাপিক উদগোআ।

আমাৰ প্ৰভু য়িচু খ্ৰিষ্ট
 তেঁওৰ বাহিৰে উধাৰ নাই।
 ন. ব.

১১০

Burdened Souls invited.
Middleton. 8,7.

আঁহা, আঁহা, সকল পাপি,
 য়িচু খ্ৰিষ্টত কৰা সাৰ,
তেঁও মাতিচে, হেৰৈ তাপি,
 আঁহা, পাবা মোত নিস্তাৰ;
 য়িচু বিনে
 পাপি লোকৰ নাই উধাৰ।

য়িচু তেজ আপোনাৰ দিলে,
 পালে কেনে অতি দুখ;
তাতে মানুহ আস্ৰই ললে
 মুক্তি পাই অনন্ত সুখ;
 কেৱল য়িচু
 উধাৰ কৰে পাপি লোক।
 উ. ক. বং