পৃষ্ঠা:ধৰম গিত.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
পাপিক উদগোআ।

১০৯

The heavy laden invited to Christ.
Middleton. 8, 7.

পাপৰ ভাৰত দুখ পোআ লোক,
 প্ৰভু য়িচুলৈ আঁহা,
সকলোৰে সক্তি খ্ৰিষ্টৰ
 নামত কৰা ভাৰসা;
আমাৰ প্ৰভু য়িচু খ্ৰিষ্ট
তেঁওৰ বাহিৰে উধাৰ নাই।

প্ৰান আপুনি য়িচু দিলে,
 ললে আমাৰ পাপৰ ভাৰ,
প্ৰাচিত কৰি কাঠত মৰিল,
 তাতে মানুহ পাই নিস্তাৰ;
আমাৰ প্ৰভু য়িচু খ্ৰিষ্ট
 তেঁওৰ বাহিৰে উধাৰ নাই।

তেঁওৰ মৰমৰ সম্বাদ সুনা,
 লোআ কেৱল তেঁওত আস্ৰই,
নৰকৰ পৰা পলোআ,
 য়িচু খ্ৰিষ্টত ৰখ্যা হই;