পৃষ্ঠা:ধৰম গিত.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
পাপিক উদগোআ।

১০৭

Exchortation to shun worldly Snares.
Gospel Call. 8, 7.

এই সংসাৰত কাম ক্ৰোধ লোভ মোহ
 হিংসা বঞ্চিত অতিসই,
আমাৰ এই সকলো সত্ৰু
 থাকে সৰিলত সদাই।

অতি দুষ্ট চইতান পাপি
 মায়া ৰুপে আহি কই,
সকল কৰম কৰা তুমি,
 তাত ন কৰি কিচু ভই।

সেই জে ভুতৰ বুধিত অতি
 কৰি থাকে পাপ সদাই,
একো আস্ৰই নে পাই সেসত
 পৰে ঘোৰ নৰকে জাই

কিন্তু সৰ্বসক্তি ইস্বৰ
 তেঁওৰ বাহিৰে কোনো নাই,
তেঁওতে জদি আস্ৰই কৰা,
 তৰিবা ঘোৰ পাপ নিচই।