পৃষ্ঠা:ধৰম গিত.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
পাপিক উদগোআ।

১০৪

Sinners invited to Christ.
Visitation. 8, 7.

সুনা, সকল বন্ধু, সুনা,
 সুনা অতি আচৰিতি
খ্ৰিষ্ট প্ৰভুৰ দুখৰ জুনা,
 জি কৰিলে প্ৰিথিবিত;
 পাপিৰ কাৰন
কৰি আপোন প্ৰান অৰ্পিত।

এই নিমিতে হল অৱতাৰ
 এৰি স্বৰ্গৰ মহা সুখ,
তেঁওৰ দোআৰাই পাপ মহা ভাৱ
 আৰু সকল নানা দুখ
 তৰি পাব
স্বৰ্গধামত মহা সুখ।

খ্ৰিষ্ট বিনে, খ্ৰিষ্ট বিনে
 কতো নে পাব উপাই,
উঠি মহা বিচাৰ দিনে
 জাব প্ৰভূৰ সোধৰ ঠাই;