পৃষ্ঠা:ধৰম গিত.djvu/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
পাপিক নিমন্ত্ৰন কৰা।

সুনা সুনা, প্ৰভুৰ মহিমা সুধ,
পাপি লোকৰ ওপৰ তেঁওৰ মহা ক্ৰোধ;
জিয়াই থাকোঁতে জিটো নেৰে পাপ,
পাব অনন্ত কাল ইস্বৰৰ সাপ।

কোনো প্ৰাচিতেৰে নে পাই উধাৰ,
কেৱল খ্ৰিষ্টেহে পাপিৰ জামিন্‌দাৰ,
তেঁওত আস্ৰই ললে তৰি মহা দুখ,
স্বৰগত থাকি পাব পৰম সুখ।  ব. দ.

১০২

Christ's invitation to Sinners.
Bartimeus. 8, 7.

চাগ আদি নো খোজোঁ বলি,
 নো খোজোঁ একো সোন ধন,
কেৱল পাপৰ খেদ চিতেৰে
 খুজিচোঁ মানুহৰ মন।

তোমাৰ বলি হোম অদিতকৈ
 হৈচে উতম প্ৰাচিত মোৰ,
মোক চাই পপি নিস্তাৰ পোআ,
 কিয় পৰা নৰক ঘোৰ?