এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
মৰন কালত মন পালটোআ।
২
এজন পাপি সাহ দেখাই,
মৰন কালেও খেদ নে পাই,
মেলি আপোন দুৰ্জন মুখ
নিন্দা কৰে য়িচুৰ দুখ।
৩
সিটৰ মনে অসন্তোস
কৰে, দেখি আপোন দোস,
ইস্বৰৰ অনুগ্ৰহ পাই
বিশ্বাস কৰি মিচুক চাই।
৪
বোলে, প্ৰভু, আপোন ৰাজ্য
ললে মোকো কৰা গ্ৰাজ্য;
মোৰে সৈতে, প্ৰভু কই,
আজি পাবা সুখ আলই।
৫
কেনে হল প্ৰভু দায়াল,
মানুহৰ নিৰুপাই কাল;
এতিয়াও সৰন জি জি লই
প্ৰভু তেনে দায়ামই। ন. ব.
ছ ৩