পৃষ্ঠা:ধৰম গিত.djvu/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
নতুন জনম পোআ।

পৰিত্ৰানৰ এই ঘাই কৰম
 প্ৰেম প্ৰিতি সকলো সাৰ,
হব বিফল জি জি আসা
 প্ৰিতি চেঁচা মনত জাৰ।

নানা ভাসা সকল গুচে,
 গিয়ান হলেও লোপ হৈ জাই,
মান মৰ্জতা উৰি জাব,
 তেও প্ৰেম কেতিয়াও নু ঢুকাই।
 ন. ল.

৯৬

The Sinner converted.
Sincerity. 7.

দিনে ৰাতি সৰ্বদাই
খতিখন এফেৰি নাই,
কৰিচিলোঁ নানা পাপ,
তাতে হল মোৰ মহা সাপ।

জনম ধৰি সংসাৰত
ডুবিলোঁ পাপ সাগৰত,
কেনে ৰুপে পাম নিস্তাৰ?
কতো নে দেখিলোঁ সাৰ।