পৃষ্ঠা:ধৰম গিত.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
মনক চেতন দিয়া।

৮৩

The Believer encouraging his Soul.
German Hymn. 7.

উঠা, উঠা, আমাৰ মন,
কিয় হৈচা অচেতন?
চকু মেলি পোআ সাৰ,
পৰ্বত সমান পাপৰ ভাৰ।

উঠা, উঠা, আমাৰ মন,
পাচত আচে ঘোৰ মৰন;
সিঘ্ৰে কৰা খ্ৰিষ্টত আস,
তেঁও কৰিব পাপৰ নাস।

উঠা, হে নিৰ্বুধি মন,
হেৰাই জাই অমুল্য ধন;
দেখা এতিয়া মুক্তিৰ দিন
হৈচে প্ৰভুৰ ক্ৰিপাৰ চিন।

উঠা হে, উঠা হে মন,
প্ৰভু মাতে ঘনে ঘন,
বেগাই লোআ বিস্বাস ঢাল,
চাপি আহিল পৰকাল। অ থ. ল,

চ ২