(৪২)
মন্দিৰে মোৰ দীপাৱলী, সহস্ৰ শিখা;- আনন্দে নধৰে আজি মধু নিশা মলয়া চঞ্চল, লীলায়িত অঞ্চল, শিথিল কুন্তল, বিহ্বল দেহা উৎসৱ-আলোকিত উজাগৰী দিশা, দীপাৱলী নিশা!
ভাদ, ১৮৫১ শক]