আমাৰ লৰা-ছোৱালী বিলাকে মহাপুৰুষ শঙ্কৰদেৱ দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ আদিৰ বিষয়ে আনা উচিত; কিন্তু দুখৰ বিষয় বহুত লৰা-ছোৱালীয়ে মহা- পুৰুষ সকলৰ বিষয়ে একোকে কব নোৱাৰে। লৰা-ছোৱালী বিলাকৰ এই অজ্ঞতা দূৰ কৰাইহে ইয়াক প্ৰকাশ কৰাৰ থাই উদ্দেশ্য। আশাকবে। প্ৰত্যেক লৰা-ছোৱালীৰ ইয়াৰ একোখনি লৈ লিখকৰ উদ্দেশ্য সাৰ্থক কৰিব। অসমীয়া ৰাইজে “শঙ্কৰদেৱৰ জীৱন চৰিত খনিৰ নিচিনাকৈ ইয়াকো মৰমৰ চকুৰে চালে আৰু মহামান্য স্কুল ডাইৰেক্টৰ মহোদয়ে ইয়াকো প্ৰাইজ আৰু লাইব্ৰেৰীৰ পুস্তক শ্ৰেণীত ভূক্ত কৰিলে মোৰ সকলো চেষ্টা পৰিশ্ৰম সাৰ্থক হৈছে বুলি বি। ৰাইজৰ অনুগ্ৰহ পালে ভবিষ্যতে মহাপুৰুষ মাধৱ দেৱৰ জীৱনী প্ৰকাশ কৰিবলৈ আকাঙ্ক্ষা থাকিল। মোৰ অজ্ঞতাৰ কাৰণে কিপ খনিত বাননকে আদি কৰি বহুতো ভুল থাকিবৰ সম্ভৱ। পাঠক পাঠিক সফলে সেইখিনি দোষ ক্ষমা কৰি ভুল দেখুৱাই দিলে অতিশয় কৃতাৰ্থ হয়। মান ফুল, পাথৰি ঘাট কাতি বিহু, ১৮৪৮শক এতিম দত্ত। ১৭১২৬
পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই