উছৰ্গা।
অসমীয়া ভাষা আৰু সাহিত্যৰ
উন্নতিৰ ভবিষ্যত ধৰণি
অসমীয়া ৰাইজক ভবিষ্যত
উন্নতিৰ পথ দেখাওঁত।
স্কুল কলেজ ছাত্ৰ বৃন্দৰ
হাতত
মহাপুৰুষ দামোদৰদেৱৰ
এই চমু জীৱনীখনী
অৰ্পন কৰিলোঁ।