পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

of stoa :- সত্য শুদ্ধ শান্ত বিপ্ৰ অনু গৌৰ পাপৰ দেখায় পু জীৱ পল দেখাইলা মহা যতনে।" শুৰুদেৱে এৰি যোৱা ৰেতৰ আলু চুলা দিয় খৰ জোৰৰ এপাত ও বংশধৰ শ্ৰযুত গোবিন্দ দে, গোস্বমীয়ে কামৰূপলৈ আনিছে। সেই খৰম পাত ১৪ ইঞ্চি দীঘল, আৰু পথালি হেনো ৬ ইঞ্চি। ইয়াৰ পৰাই জানিব পাৰি যে, গুৰু এজন স্থূলকায় পুৰু আছিল। গুৰুৱে নিতে কিবা শাস্ত্ৰ ৰচনা কৰিছিলনে নাই তাক আমি ডাঠি কবলৈ নোৱাৰে। কিন্তু জীৱনী পাঠ কৰিলে জানিব পাৰি গুৰুৱে কৰি বচনা নাম লবলৈ শাস্ত্ৰ ৰচনা নকৰি, কেৱল যাতে মানুহে গুৰুৰ প্ৰেমময় জীৱনৰ আদৰ্শলৈ শ্ৰবন কীৰ্ত্তন আদি ধৰ্ম্মত প্ৰবৃত্ত হয়; তাকে মানুহৰু কাৰ্য্যৰ দ্বাৰাই দেখুৱাইছিল। আৰু তেওঁৰ পাচৰ মানুহে যাতে অতি সহজতে ভাগৱতৰ মৰ্ম বুলিব পাৰে তেনে ভাবে সকলোৰে উপযোগী কৰি সংস্কৃত ভাঙি এখনি ভাগৱত ৰচনা কৰিণলৈ তেওঁ তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক কৈছিল। গুৰ এই ইঙ্গিত মতেই ভট্টদেৱে “কথা ভাগৱত’ লিখিছিল। এই ভাগৱত লিখিয়েই ভট্টদেৱ “কবি” উপাধি পাইছিল। আৰু ভগৱতত পাৰ্গত দেখিয়েই মানুহে তেওঁক ভাগৱতাচাৰ্য্য নাম দিছিল। গুন শক্তি বুজাবৰ নিমিত্তেই ভট্টদেৱ গল্প গীতা, বাৱলী, দমোদ সংবাদ আৰু কি বিবেক আদি 66