পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃপ্ত চ হর্য-সানি ; কোন সি দেৱতা ৷ জালিম প্রদীপ পুজিম আমিনো হরা দানি ? অঞ্জলি দিওঁ কোন দেৱতাক ? কিবা সি মন্ত্র কিবা সি বাণী ? মহিমাতে যাৰ লভিছে জন্ম হিমৰ গিৰি, ৰসধাৰ বয় নদী- সিন্ধুৱে পৃথিবী ঘেৰি ; দশোদিশ যাৰ অভয় হত্ত আছে যে ছানি, কোন সি দেৱতা ! অঞ্জলি দি পুজিম আমিনো হব্য দানি ? অঞ্জলি দিওঁ কোন দেৱতাক ? কিবা উপচাৰে কিবা সি বাণী ? জায়া যি দিয়ে, শক্তি যি দিয়ে (82)