পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিয়া পৰশা “আাকতো নাবাজে সুৰ সুধা যা ছাটিলে ঢাকিলে হিয়া গভীৰ নিৰাশা ।* ~দেউতা দেউতা ৷ দেৱতা আজি ! নতু হল। মর্তা-বাসী ক'ৰবাত গই নতুন জনম লই, —নাজানো সি কথা ! তোমাৰে বিস্তাৰ মাথোঁ ক্ষুদ্র ই অস্তিত্ব মোৰ তুমি বিনে শূণ্য মই ৰাজিছে প্ৰাণত এই মৰ্ম্ম ভেদী ব্যথা ! প্রথম পৰাণে হার ক'ৰ পৰা লভিলে পৰাণ উদ্ভব হঠাৎ (৩৮)