পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বন্ধু, বন্ধুবৰ কৰি। ৺কমলামন্দ ভট্টাচার্য্যদেৱৰ বিয়োগত -80%- আজি গাম কি বিৰহ-গান নাই ছন্দ, নাই তান অসহ ই বিৰহত হৃদয় বিমোৰ, আবাল্য বন্ধুৰ তর হে প্রিয় বন্ধু মোৰ ! তোমাৰ সঙ্গীত আজি কেনি ভাহি যায়, ধূসৰ ধূলিৰ ঢউৱে নীৰৱ সন্ধিয়া ! ৰাজি উঠে চমকাই কোন সি আন্ধাৰ হাঁ, খৰাৰ এখনি সেই সকৰুণ হিয়া, ভাবিছো তাকেহে বহি এই নীৰৱ সন্ধিয়া । (৩৫)