পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰু ব্যাহত কৰিল। তুমি মোৰ সি আদৰ্শ । কিন্তু আজি দেখিছাতো চকুৰ জাগতে তুমি: ———মোৰ সি আদর্শ নাছিল অলপে৷ ভুল, আছিল কি সত্য তাত, আছিল কি উত্তওঁ জীৱন। যদিও হটাল। তুমি মোৰ ই দেহাক, হটাবতো নোৱাৰিল । মোৰ সেই অজেয় পৰাণ পৃথিবীৰ দিগ্বিজয়ী চিৰ দিন হেৰা । সেয়েতো দুঃসহ দুখ, আজি মোৰ জানা শেল হই বাজিছে বুকুত ৷ ভাৰতৰ কাটি সি কাষৰ তুমিয়েতো দিল। বাট উলিয়াই, যদিওবা হটালোঁ তোমাক, ৰোধ কিন্তু নোৱাৰিলে৷ কৰিব সি পথ; সেই বাটে বাট ললে ক্রমে ক্রমে হায় শক, হুণ, তাতাৰ মোগল, ইদলৰ পিছত সিদল; সোণৰ ভাৰত মোৰ চাওঁতে চাওঁতে হ'ল কণ্ঠাগত প্ৰাণ ! উস্ ! ভীষণ অৱস্থা কি যে, নধৰিলে বিদেশীৰ হাত, নোৱাৰে কাঢ়িব খোজ কোনো সি ক্ষেত্রতে; নিজৰ একোৱে নাং ধর্ম্মে-কর্ম্মে-শিক্ষায়দীক্ষায়; এটা যেন প্রতিধ্বনি ক'ৰবাৰ নিৰ্জ্জীৱ উভতি অহা ৰিং! ভাৰত আজিতো নাই আৰ্য সি (২৫)