পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- পুৰু – নাছিলোঁ, প্রস্তুত জানা পুৰু ; সমুখীন হ'ম বুলি সেই পৰিনাম ইমান সহজে বৰ্ব্বৰ দেশত আহি তৱ ! উঃ ভাবিছিল। তুমি সকলো নিৰ্জ্জীর, সুখ প্ৰিয়, সিন্ধুৰ পাৰত তক্ষশীলা দৰে, এৰি দিব বাট, কে৷মাক বৰণ কৰি ভাবিব সৌভাগ্যৱান নিজক মনত, চৰণত – স্বদেশক ঢালি জলাঞ্জলি ! আলেকজেণ্ডাৰ—তেনে হোৱা হলেও বাৰু পুৰু, মন্দ কিবা হল হয় জানো? আলকজেণ্ডাৰ তো - অহা নাই, ভাৰতলৈ বৰ্ব্বৰৰ বেশে মাথোঁ অস্ত্ৰ লৈ, কৰিবৰ হেতু মাত্র দেশ' বিলুণ্ঠন, বীৰপুত্ৰ গ্ৰীচৰ সি আহিছিল গ্ৰীচৰ পোহৰ লৈ নৱ বিজুলী-সদৃশ, অন্ধকাৰ দেশলৈ তৰ এহাতে যদিও অস্ত্ৰ, এহাতে আৰিয়া ধৰি পাশ্চাত্যৰ জ্ঞান-আলোকৰ ৷ পাশ্চাত্যৰ প্রতিভাৰে সমস্ত ভাৰত তব, সমস্ত পৃথিবী দিলোঁ হয় কৰি এক, সমস্ত মানৱ জাতি নানা শাখা-প্রশাখাৰে পল্লবিত, বিকসিত কল্প বৃক্ষ-প্রায় মহা মহীৰুহ এক ধৰণী-বুকুত বিস্তাৰিলে হয় শোভা জাতিষ্কাৰ কৰি মানৱৰ সভ্যতাৰ পূৰ্ণ সম্বৃদ্ধিৰে ! (28)