পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমুদ্ৰৰ হেন্দোলনি বৃষ্টিত বাগৰি পৰে অনন্ত বিৰাট প্রাণ [25] জোৱাৰ ভাটাৰ দৰে জনম-মৰণ, বিজুলীত জ্বলি উঠি অনন্ত আনন্দ এক অনন্ত ক্রন্দন । [26] ধৰি যুগ যুগান্তর অত তাৰ হোৱা নাই অন্ত তাৰ পাইছিল মানুহৰ জ্ঞানে, অন্তৰতে, নৈয়ে পায় অন্ত তাৰ পোৱা নাই নাপায়ে৷ সিদিনা ঋষি সাগৰক যেনে । [29] অনন্ত অমৃত তৃষ্ণা ৰমনীৰে৷ পমি যোৱা প্ৰাৰ্থনাৰ ৰূপ লই অন্তঃস্থল ভেদি সেই মৈত্রেয়ী-কণ্ঠত, অনন্ত সিন্ধুৰ পিনে যুগ-যুগান্তত ৷ বইগল নই হই [28] “অমৃতা নহম যাৰে কি কৰিম বাৰু তাৰে”? কি কৰিম অন্তহীন বস্তুৰ পুঞ্জেৰে ? যুগ যুগ ধৰি আজি “অমৃত' নহওঁ যদি” একে কথ৷ “কি কৰিম ? হৃদয়ে গুঞ্জৰে ! *

  • লিখকৰ সুদীৰ্ঘ “ভাৰতবৰ্ষ” বোলা কবিতাৰ এক অংশ।

(22)