পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১] হিন্দু জীৱনৰ সেই সেই এটা গত দিন সিন্ধু-গঙ্গা-কাব্ৰেৰীৰ ত্রিবেনী-সঙ্গম, আই লক্ষী-সৰস্বতী ৰজাৰ ভবন আৰু ঋষিৰ আশ্ৰম । একেলগে আবির্ভূ তা [১৯] ৰথৰ ঘৰ্ষৰ ৰৱ ধনুৰ টঙ্কাৰে আৰু থাকি থাকি সুগম্ভীৰ এঠাত উন্মাদ স্ফূর্ত্ত ক্ষত্ৰিয় গৰিমা, ই ঠাইত বেদৰ ধ্বনি বিৰাজে কি স্তব্ধ মৌন ব্রাহ্মণ-মহিমা । [20] ব্রাহ্মণ-মহিমা সেই দীপ্ত কৰি হোম-অগ্নি জ্বলিব ধৰিলে আহা যেতিয়া যজ্ঞত, কোন সি দেৱতা আহি দ্যুলোকে-ভূলোকে ভাহি লগালেহি ঋষিৰ মনত ? কৌতূহল [21] ‘কোন সি দেৱতা’ এই উঠিল গভীৰ প্রশ্ন ‘দীপ্তিত কাৰ দীপ্ত, হই উদিছে ৰবি, (20)