পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰ্ণ কুটীৰত যেৱে শান্ত ধ্যানমগ্ন ঋষি কৰোঁ বুলি ব্ৰহ্মাণ্ডৰ ৰহস্ত-মোচন ! কোন সি প্রথম প্রাণ (4) লভি আত্ম-পৰিচয় উচ্চাৰি উঠিল কোন ঋষিৰ সি কণ্ঠ,— “শুনা বিশ্ব অমৃতৰ পুত্ৰসৱ জানিছোঁ হে অন্ধকাৰ ভেদি মই পুৰুষ মহান্ত”, (৯) “আদিত্য বৰ্ণৰ দৰে” যাক, জানিলেই নৰে বিশ্ব ভুৱনৰ এই সি দিন৷ ভাৰতবৰ্ষ মৃত্যুকে। লঙ্ঘিব পাৰে জড়ৰ জঞ্জাল, সেয়ে মাথে। এক সত্য তৃণ-তরু-ওষধিতো বিৰাট বিশাল । শুনি সি অনন্ত বাৰ্ত্তা (50) খলকি উঠিল সি কি বিপূল হৰ্ষত, হৃদয়ে হৃদয়ে সিকি উপচি পৰিল স্পর্শ- মনিৰ স্পৰ্শত ! (১৭) বিশ্বাস আনন্দ—শ্রদ্ধা