পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাশে বতাহে আনি দিয়ে সানি সি যে কি অপার্থিব আনন্দ-উল্লাস ! মৰ্ত্যৰ কবিয়ে তুমি স্বৰ্গ চুমি কৰা আজি কৰা ভাৰে অনিন্দ্য প্রকাশ ! উজাৰি উদাৰ হৃদয় তোমাৰ উদাৰা মুদ্ৰাৰা জোৰা গান মেলি দিয়া ছত্রে ছত্রে হৃদয়ৰ শত পত্র মর্ত্যৰ অমৃত সেয়ে সেয়ে যে কবিৰ অৱদান । [58]