পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰি :- নিজৰি নিজৰি বোৱা পৃথিবীৰ অন্তৰৰ সুৰৰ লহৰী-1 মৰ্ত্যই কৰাব পান অমত্যক বাক কিবা সি অমৃত প্রভো! কিবা সি সঙ্গীত,— জৰা-মৃত্যু-ৰোগ-শোক-দুর্ভিক্ষে জৰ্জৰিত আজি ও যে সেই তুমি এৰি থই গুচি অহা পৃথিবী আমাৰ আছে তেনেকৈয়ে ; কিবা আছে ৰস তাৰ কিবা আছে প্রাণ ? আজিও তো হোৱা নাই ধৰা হাঁ তোমাৰ কল্পিত সেই। তোমাৰ ইপ্সিত শাস্তি-প্রেমে মিলন সুস্থ বসুন্ধৰা, বয় যত দেশে দেশে ঘৰে ঘৰে জাতিয়ে জাতিয়ে (4)