পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী 9 এই জীৱনত দেখা যে নাপাবা তাৰ। বৰ কুমলীয়া ঈশ্বৰে তেওঁক গোলাপ এপাহি যেনে নাহিব নাহিব কৰি স্ৰজিছিল তেনে। উমলি ফুৰিবলৈ যোৱ৷ যোৱ৷ হেৰা কিবা কোৱঁ। তুমি আৰু কেতিয়াও এৰিলেনে তেওঁ অকলে ওমলা গৈ। ফুল পখি মৰমৰ, অকলে ফুৰিম ধুনীয়া উজ্জ্বল নিজৰ৷ কাষত বৰ মোহ লগা হাঁয় ভাই তেনে তোমাৰ লগত অজল৷ বোপাটি এই শোভা বসন্তৰ। এৰিলেনে তেওঁ মৰম চেনেই কোন আৰু লগ মোৰ, অকলে খেলিম ফুৰা চকা হ’ল ওৰ। চিৰকাললৈ হাবিৰ মাজত লগত থাকোতে তই জীৱন কালত হে পাহ কিয়নো নিদিলে। মই! গুচাই