পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মটো ফুলত আছে। “বিৰহিণী বিলাপ” কাব্যৰ। “ওপৰঞ্চিত কবিৰ সংসাৰ—ফুলণীৰ পৰা এটি এটিকে পাঁচোটি ফুল সৰি পৰাত বিলাপ কৰাদেখি পাঠক মাত্ৰেই আন্তৰিক দুখ আৰু সহানুভূতি প্ৰকাশ নকৰি নোৱাৰে। “তলসৰা ফুল” যদিও কৰিব প্ৰথম। উদ্যম তথাচ তাত কবিৰ ভাব প্ৰকাশ কৰিব পৰা ভাষাত আয়ত্ব ভাষাত কবিত্ব আৰু ছন্দত জেউতি থকা চিন জিলিকিছে।
  "আলোচণী" ৪ৰ্থ বছৰ—ষষ্ঠ সংখ্য।