এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৫
৯৫
তাৰা

চন্দন--আইদেউ, যদি ভাল ঔষধ বুলি সেই টেমাটো দিয়া নাছিলো, তেন্তে নৰকতা যেন মই ঠাই নাপাওঁ। মোক সেইটো ৰাণীয়ে দিছিল। ৰজা আৰু নতুন কথা। তাৰামই তাকে খাই মৰাৰ দৰে হৈছিলো। বৈদ্য—মহাৰাজ, মৃত্যুৰ সময়ত ৰাণীয়ে কোৱা এটি কথা মই পাহৰিছো। তেওঁ কৈছিল যদি মই দিয়া ঔষধ পালি চন্দনে তাৰাক দিছে তেনেহলে মোৰ প্ৰতিহিংসা নিশ্চয় পূৰণ হৈছে। ৰজা--কি বৈদ্য? বৈদ্য-মহাৰাজ, ৰাণীয়ে সদায় কুকুধ মেকুৰীৰ ওপৰত পৰীক্ষা কৰিবৰ নিমিত্তে যোক তীব্ৰ বিহু খুজিছিল। তেওঁক বিশ্বাস নকৰি মই এনে এটি বস্তু দিছিলে। যি খালে মানুহ এপৰমান মাথোন অচেতন হৈ থাকে। তাৰা--বোবকবো মই সেইটোকে খাইছিলো। বিক্ৰম—বোপাহঁত, আমি এইখিনিতে ভুল কৰিছিলো। জয়-ই নিশ্চয় অমিয় ৰজা—তাৰ, নিৰ্দয় পিতাৰাক এবাৰ নামানে? তাৰা-[ আঠুকাঢ়ি ] পিতা! আশীৰ্বাদ কৰক। বিক্ৰম--[ জয় আৰু বিজয়ক ] তোমালোকে ইয়াক ভাল পোৱাৰ বাবে মই দোষ নিদিওঁ তাৰ এট কাৰণ আছে। ৰজা—মোৰ যি চকুৰ পানী তোমাৰ ওপৰত পৰিছে সি পৱিত্ৰ গল্প। জলৰ দৰে তোমাক মঙ্গল কৰক। তাৰ, তোমাৰ মাহীআয়ে আৰু এই সংসাৰত নাই। তাৰ--শুনি বৰ দুখ পাৰ্সো।