যত পূৰ্ণ অঙ্গনা- উল্লাস উন্মনা- মৃদঙ্গ গগনা- বাজে কিঙ্কিনী; সুন্দৰ মধু নিশা উজ্জ্বল দীপ শিখা- মঙ্গল আনন্দৰ উৰুলি দি আকাশত খেৰি খেলে দেৱ-কিন্নৰী।
–আঁৰ কাপোৰ–