পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

বিজ্ঞাপন। অষ্টাদশ মহাপুৰাণৰ ভিতৰত, বামন পুৰাণ একখানি মহাপুৰাণ, তা তাৰকাসুৰৰ যুকৰ কথা উল্লেখ আছে। সেই মূল শ্লোকক অশ্ৰয় কৰি, কিছু

  • মান বছৰৰ পূৰ্ব্বে, অসমীয়া কবি জয়ৰাম দাসে, সেই তাৰকাসুৰৰ যুদ্ধ নামে

পপি খনি ৰচনা কৰিছিল, কিন্তু সেই পুথিত অনেক কথা সংক্ষেপে ৰচনা কৰাত পৃপি খানি অতি ক্ষুদ্র অংছিল, আৰু তাত লেখা ৰাজনীতি, সমাজনীতি, ধৰ্ম্মনীতি, • আদি বিষয় বিল সাধাৰণে সহজে উত্তম ৰূপে বুজিব পৰা নাছিল, তাত বাজে অনে ' অ' ও লিখা আছিল, ঘটনা বিলাক পৰিপটাও নাছিল। কানপাড়া গ্রাম ‘ল শ্রীযুক্ত ঢাতিৰাম চৌধুৰী মহাশয় পুথি খানি প্ৰকাশ কৰিবৰ মনেৰে গোলাক সr* এন কৰি পৰিপাটী কৰিবলৈ আমাক অনুৰােধ কৰা, আমি দিম” ছো সাধ্য চেষ্টা কৰি, পৰিবৰ্তন ও | ৰিন কৰি, সাধা' বগম্য কৰিছো। তথাপি ইয়াত যে একেবাৰে দোষ শূন্য হইছে, এনে কণ কণৰ মোৰ সাধ্য নাই। যাই হোক পূর্মাপেক্ষা, অধুনা ইয়াৰ কলেবৰ দ্বিগুণ বৃদ্ধি হইছে। সেই বিলাক দোষ সন্ত মহন্ত পাঠক সকলে ক্ষেমা কৰিব, এই আমাৰ একান্ত প্রার্থনা। ইতি বিদেশত চাপ। হোৱাত অনেক ম প্রমাণ পাকিব পাৰে, ২য় বাৰ চপাবড় আবশ্যক হলে সেই সক ৭ ৩৯ কৰা হব, বর্তমান সেই সকল সেন মার্জনা কৰিব এই আশা। একান্ত গোস্বামী, আমৰাঙ্গা সন্ত্র। ১৩১৫ সন।