প্ৰৱন্ধটি জার্ম্মান দার্শনিক পলচেনৰ পৰা সঙ্কলন কৰা হৈছে । শ্ৰীযুত সােণাৰাম চৌধুৰীয়ে অনুগ্ৰহকৈ পুথিৰ প্রুফ চাই দিছে। গতিকে সৰল চিতেৰে সকলােৰে শলাগ লােৱা হল। ইতি
গুৱাহাটী, ১ । ৭ । ২৫
বিনীত শ্ৰীসর্ব্বেশ্বৰ শৰ্ম্মা কটকী।